অসমৰ চাকৰিৰ খবৰবোৰ ম'বাইলত চাবলৈ আমাক Join কৰক - Join কৰিবলৈ ইয়াত ক্লিক কৰক 


Assam Direct Recruitment Grade IV Memory Based Questions

Assam Direct Recruitment Grade IV Memory Based Questions

The Assam State Government has conducted the Grade IV Exam under the Assam Direct Recruitment on 21-08-2022. In this article you will be able to find few question asked in the Assam Direct Recruitment Grade IV Exam question paper. The below mentioned questions are taken from the candidate’s who have appeared the written exam. Check the question carefully it will definitely help to understand the question patterns in your upcoming Assam Direct Recruitment Grade III exam. For more Assam Job Notifications Please Visit Assam Job Alert Regularly.

Assam Direct Recruitment Grade IV Memory Based Questions

  • NITI আয়োগৰ সভাপতিজনৰ নাম কি?
  • নৰনাৰায়ণ সেতুৱে সংলগ্ন কৰা ঠাইদুখনৰ নাম কি কি?
  • 1942 চনৰ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী স্বহীদ কোন?
  • তৃণভোজী প্ৰাণীৰ বৈজ্ঞানিক নাম কি?
  • Group of tiger is called?
  • “অ’ মোৰ আপোনাৰ দেশ” গীতটি প্ৰথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
  • “অসম বৈভৱ” বঁটা প্ৰথমে কোনে পাইছিল?
  • Right to Education – Article 21(A)
  • ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
  • Currency of Bangladesh?
  • বান থিয়েটাৰ ক’ত অৱস্থিত?
  • Oldest medical college of Assam?
  • Currency of UAE?
  • “হাড়গিলা প্ৰজেক্ট” কোনে কৰিছিল?
  • Hima Das related to which sports?
  • First Assamese Sonnet published in which magazine?
  • নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কত অৱস্থিত
  • colour tv ভাৰত বৰ্ষত কিমান চনত আৰম্ভ হৈছিল?
  • Capital of Zimbabwe?
  • LAD সম্পূৰ্ণ ৰূপ
  • Name the International line between Afghanistan and Pakistan.
  • আহোমৰ শেষৰ ৰজাজনৰ নাম কি?
  • কোন আন্দোলনত কনকলতা শ্বহীদ হৈছিল
  • Who was the second Chief Minister of Assam?
  • বেংকক কোনখন দেশৰ ৰাজধানী?
  • Iron Man of Assam?
  • চাণক্য কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল?
  • হিং ক’ৰ পৰা বেছিকৈ অনা হয়?
  • Pressure Rule কোনে আৱিষ্কাৰ কৰিছিল?
  • “ৰঙ্গমঞ্চ”প্ৰথম ক’ত ?
  • অসম ৰাজ্যিক সংগ্ৰাহালয় ক’ত অৱস্থিত?
  • “অজগৰ বুৰঞ্জী” কোনে লিখিছিল
  • ধপাত দিৱস কেতিয়া পালন কৰা হয়?
  • MP LADS আঁচনিৰ সম্পূৰ্ণ নাম কি?
  • ভাৰতৰ প্ৰথম কৃটিম উপগ্ৰহটোৰ নাম কি?
  • 8 মে’ত কি দিৱস পালন কৰা হয়?
  • অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি ?
  • কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই?
  • ভিক্টোৰিয়েল মেমৰীয়েল কোন ঠাইত অৱস্থিত ?
  • 2021 অসম বৈভৱ কোনে লাভ কৰিছে?
  • ‘অ মোৰ আপোনাৰ দেশ’ কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?
  • Durand line
  • বেংকক কোন দেশৰ ৰাজধানী?
  • কৌটিল্য কাৰ ৰাজত্ব কালত……
  • অসম আৰু অৰুণাচল সংযোগ কৰা ঠাইখন..
  •  ধঁপাত দিৱস
  • ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ
  • অসম ৰাজ্যিক সংগ্ৰাহালয় কত অৱস্থিত
  • অসম মেডিকেল কলেজ



Few more questions: 

Khekh ahum Roja jonor nam ki? Newton third law ? 4 may ki dibokh palon kora hoi ? bankok kun country r capital ahisile. Gopinath Bordoloi pisor chief minister kun asile etc ahisile.

Assam Direct Recruitment Grade IV Memory Based Questions

Join Assam Job Alert
Join Our Telegram Channel (আমাৰ টেলিগ্ৰাম চেনেলত যোগদান কৰিবলৈ ) Click Here (ইয়াত ক্লিক কৰক)
Follow Assam Job Alert on Facebook Page (ফেচবুক পেজত আমাক পাবলৈ)

Click Here (ইয়াত ক্লিক কৰক)

Join Assam Job Alert on Facebook Group (ফেচবুক গ্ৰূপত আমাক পাবলৈ)

Click Here (ইয়াত ক্লিক কৰক)