অসমৰ চাকৰিৰ খবৰবোৰ ম'বাইলত চাবলৈ আমাক Join কৰক - Join কৰিবলৈ ইয়াত ক্লিক কৰক 


Assam Direct Recruitment Grade III Memory Based Questions

Assam Direct Recruitment Grade III Memory Based Questions

The Assam State Government has conducted the Grade III Exam under the Assam Direct Recruitment on 28-08-2022. In this article you will be able to find few questions asked in the Assam Direct Recruitment Grade IV Exam question paper which are collected from various social media platforms as well as from the candidate’s who have appeared the written exam. Check the question carefully it will definitely help to understand the question patterns in your upcoming Assam Govt Recruitment exams. For more Assam Job Notifications Please Visit Assam Job Alert Regularly.

Assam Direct Recruitment Grade III Memory Based Questions

  • NEFA Full form
    • Ans: North-East Frontier Agency
  • Total Number of Circle Olympic Flag
    • Ans: 5
  • NOTA when introduced
    • Ans: 2013
  • No Boarder with Bangladesh
    • Ans: Manipur
  • In how many state the Political Party should be present to be recognized as a National Party
    • Ans: In 4 States
  • অলিম্পিকৰ পতাকাত নথকা ৰং?
    • উত্তৰ: কমলা
  • কোনখন দলঙ অসমৰ আটাইতকৈ পূবত অৱস্থিত?
  • Who was the lead actor of Mission China?
    • Zubeen Garg
  • Who introduced the 2021-22 annual budget in the Assam Assembly
    • Ajanta Neog
  • 2022, 1 জানুৱাৰী সাপেক্ষে বিত্তমন্ত্ৰী কোন?
    • উত্তৰ: নিৰ্মলা সীতাৰমণ
  • ভাৰতৰ ষ্টক এক্সেঞ্জ ক’ত অৱস্থিত
    • উত্তৰ: মুম্বাই
  • হিউৱেন চাং কাৰ ৰাজত্ব কালত অসমলৈ আহিছিল?
    • উত্তৰ: কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত
  • Air Asia Headquarter at?
    • Ans: Sepang
  • পেৰুৰ ৰাজধানী?
    • উত্তৰ: Lima
  • ভলীবলৰ প্ৰতিটো দলত কেইজন সদস্য?
    • উত্তৰ: 6
  • অসমৰ সীমাৰ লগত কিমানটা ৰাজ্য সংলগ্ন ?
    • উত্তৰ: 7
  • পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক’ত অৱস্থিত?
    • উত্তৰ: Hajo
  • অসমৰ ৰাজ্যৰ জাতীয় গছ কি ?
    • উত্তৰ: Hollong
  • কোন নদী হিমালয়ৰ পৰা অহা নাই ?
    • উত্তৰ: Narmada
  • অসম চিকিৎসা মহাবিদ্যালয় ক’ত অৱস্থিত?
    • উত্তৰ: Dibrugarh
  • Only Ramsar sites in assam?
    • উত্তৰ: দীপৰ বিল
  • ৩১ মাৰ্চ ২০২২ লৈ অসমৰ জিলাৰ সংখ্যা কিমান?
    • উত্তৰ: 35
  • অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ নাম?
    • উত্তৰ: Bhutan
  • গোল গম্বুজ কত অৱস্থিত?
    • উত্তৰ: বিজাপুৰ/ বিজয়াপুৰা
  • প্ৰথম অসমীয়া কথাছবি?
    • উত্তৰ: জয়মতী
  • First Assamese Actress of Assam
    • Ans: Aaideo Handique
  • যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰৰ নাম কি?
    • উত্তৰ: Toklai
  • উৎপাদনৰ কোনটো শাখাত উৎপাদিত সামগ্ৰীসমূহৰ মালিকীস্বত্ব চৰকাৰৰ হাতত থাকে?
  • Founder of Swaraj Party?
    • উত্তৰ: চিত্তৰঞ্জন দাস, মতিলাল নেহৰু
  • Oldest oil refinery in Assam
    • Ans: DIgboi
  • GST পোনপ্ৰথমে কোন দেশে আৰম্ভ কৰিছিল?
    • উত্তৰ: France
  • সমাজবিজ্ঞানৰ কোনটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ আদি আলোচনা কৰা হয়?
    • উত্তৰ: অৰ্থনীতি বিজ্ঞান
  • ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জাতি, ধৰ্ম, ভাষাৰ ভিত্তিত বৈষম্যৰ কথা কোৱা হৈছে?
    • উত্তৰ: 15
  • আমাৰ দেশৰ কোনটো সংস্থাই অৰ্থনৈতিক জৰীপ (economic survey) জাৰী কৰে?
    • উত্তৰ: বিত্ত মন্ত্ৰণলয়
  • কিমান ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ?
    • উত্তৰ: 40
  • ভাৰত চৰকাৰৰ মিছন ইন্দধনুষ কিহৰ লগত জড়িত?
  • অসমৰবৰ্তমানৰ বিত্ত মন্ত্ৰী কোন?
    • উত্তৰ: অজন্তা নেওগ।
  • The International Court of Justice headquarters is situated in
    • Ans: The Hague
  • কোনখন উপনদী বৰাক উপত্যকাৰ?
  • ২০২২ লৈ ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজ্যসভাত আসন সৰ্বাধিক?
    • Uttar Pradesh
  • বেটি বচাও বেটি পঢ়াও ৰ লগত কোনটো মন্ত্ৰালয় সংযুক্ত নহয়
  • সংবিধানৰ অনুচ্ছেদ ১৭ ত কি আছে?
    • উত্তৰ: অস্পৃশ্যতাৰ বিলুপ্তি
  • ভাৰত চৰকাৰৰ বিমান মন্ত্ৰালয়ৰ UDAN ৰ A টোৰ সম্পূৰ্ণ ৰূপ কি?
  • ২০১৯ চনত জল সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে ভাৰত চৰকাৰ লোৱা আচনি খনৰ নাম কি?
    • উত্তৰ: Jal Jeevan Mission



Assam Direct Recruitment Grade III Memory Based Questions

Join Assam Job Alert
Join Our Telegram Channel (আমাৰ টেলিগ্ৰাম চেনেলত যোগদান কৰিবলৈ ) Click Here (ইয়াত ক্লিক কৰক)
Follow Assam Job Alert on Facebook Page (ফেচবুক পেজত আমাক পাবলৈ)

Click Here (ইয়াত ক্লিক কৰক)

Join Assam Job Alert on Facebook Group (ফেচবুক গ্ৰূপত আমাক পাবলৈ)

Click Here (ইয়াত ক্লিক কৰক)